অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসহ তেওঁ লোকৰ নাম#famous writer and poet's titles
অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসহ তেওঁ লোকৰ নামসমূহ- Assamese famous Writers and Poets with their nickname- Great people of Assam
![]() |
অসমীয়া কবি আৰু সাহিত্যকৰ উপাধি |
অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসহ তেওঁ লোকৰ নামসমূহ তলত দিয়া হ'ল-
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম

পাপৰিৰ কবি = গণেশ গগৈ
প্রতিমাৰ খনিকৰ = চন্দ্ৰকুমাৰ আগৰৱালা
লােকনায়ক = অমিয় কুমাৰ দাস
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
লােকপ্রিয় = গােপীনাথ বৰদলৈ
লােক বন্ধু = ডা° ভুবনেশ্বৰ বৰুৱা
শেৱালি কবি = ৰত্নকান্ত বৰকাকতি
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
নিজৰাৰ কবি = শৈলধৰ ৰাজখােৱা
জ্ঞানমালিনীৰ কবি = মফিজুদ্দিন আহমদ হাজৰিকা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
প্রাচ্য পণ্ডিত = কৃষ্ণকান্ত সন্দিকৈ
বনকোঁৱৰ = আনন্দিৰাম দাস
নটসূর্য = ফণী শৰ্মা
সংগীত সূর্য = ড° ভূপেন হাজৰিকা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
সিংহপুৰুষ = ৰাধাগােবিন্দ বৰুৱা
অগ্নিকবি = কমলাকান্ত ভট্টাচার্য
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
অসম কেশৰী = অম্বিকাগিৰী ৰায়চৌধুৰী
অতিন্দ্রিয়বাদী কবি = নলিনীবালা দেৱী
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
অসম গৌৰৱ = হেম বৰুৱা
উপন্যাস সম্রাট = ৰজনীকান্ত বৰদলৈ
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
কর্মবীৰ = নবীনচন্দ্ৰ বৰদলৈ
কলাগুৰু = বিষ্ণুপ্ৰসাদ ৰাভা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
গীতিকবি = পার্বতী প্রসাদ বৰুৱা
ত্যাগবীৰ = হেমচন্দ্ৰ বৰুৱা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
দেশভক্ত = তৰুণৰাম ফুকন
দেশপ্রাণ = লক্ষ্মীধৰ শৰ্মা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
ধ্বনি কবি = বিনন্দ চন্দ্র বৰুৱা
বনফুলৰ কবি = যতীন্দ্রনাথ দুৱৰা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
বিতোপন কবি: অতুল চন্দ্র হাজৰিকা
বকুলবনৰ কবি = আনন্দ চন্দ্র বৰুৱা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
বিহগী কবি = ৰঘুনাথ চৌধাৰী
বিপ্লৱী কবি = প্রসন্নলাল চৌধুৰী
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
বাগ্মীবৰ = নীলমণি ফুকন
ৰূপকোঁৱৰ = জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
ৰসৰাজ, সাহিত্যৰথী = লক্ষ্মীনাথ বেজবৰুৱা
অসমীয়া ব্যাস: ৰামসৰস্বতী
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
অপ্ৰমাদী কবি: মাধৱ কন্দলী
লোকপ্ৰাণ: মণিৰাম বৰা
ডার্লিং = গিলৰ্বাছৈন ছুংমা (ফুটবল)
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
চাইনিজ ওবাল = সুবীৰ চৌধুৰী (ফুটবল)
ডার্লিং = পিলিক চৌধুৰী (ক্রিকেট)
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
সংগীত সম্ৰাট = ডঃ ভূপেন হাজৰিকা
সৰস্বতী = নির্মলপ্ৰভা বৰদলৈ
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
কাব্যভানু = হেম বৰুৱা
গণশিল্পী = ডাঃ উপেন কাকতি
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
প্রত্নতত্ত্ববিদ = সােণাৰাম চৌধুৰী
লৌহ মানৱ = বিষ্ণুৰাম মেধি
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
মৰমী কবি = দুর্গেশ্বৰ শৰ্মা
সাহিত্যচার্য = যজ্ঞেশ্বৰ শৰ্মা, মিত্ৰদেৱ মহন্ত, যতীন্দ্র নাথ গোস্বামী
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
অভিনয়াচার্য = ব্ৰজনাথ শর্মা।
জননায়ক = দেৱেশ্বৰ শৰ্মা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
দ্রোণাচার্য = পদ্মনাথ গােহাঞিবৰুৱা
কাব্যভাৰতী = ধর্মেশ্বৰী দেৱী বৰুৱানী
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
সিংহপুৰুষ = ৰাধাগােৱিন্দ বৰুৱা
পথাৰৰ কবি = ৰাম গগৈ
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
ৰসাল কবি = দণ্ডিনাথ কলিতা
আসাম ৰাইনাে = ভূৱন গগৈ (ফুটবল)
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
আসাম টাইগাৰ = বিজয় ব্রহ্ম (ফুটবল)
আসাম মেইল = কমলা নাথ (ফুটবল)
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
টনী দা = সত্যপ্ৰসাদ বৰুৱা
অকু দা = বিজয় শংকৰ
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
অসমৰ তালাত মেহমুদ = জ্যোতিষ ভট্টাচার্য
কথা শিল্পী = আব্দুল মালিক
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
সেউজ কোঁৱৰ = পৰাগধৰ চলিহা
সংগীতজ্যোতি = বীৰেন্দ্ৰ কুমাৰ ফুকন
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
ফুলনিৰ কবি = পদ্মধৰ চলিহা
সুগন্ধি পখিলাৰ কবি = হীৰেণ ভট্টাচার্য
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
খৰিকা জাঁইৰ কবি = ভৱানন্দ ৰাজখােৱা
বুৰঞ্জীবিদ = বেণুধৰ শৰ্মা
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
ভাষাতত্ত্ববিদ = ডঃ বাণীকান্ত কাকতি
জনকৃষ্টিৰ সাধক = প্রফুল্ল দত্ত গােস্বামী
অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম
ধিং এক্সপ্রেস = হিমা দাস
অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসহ তেওঁ লোকৰ নামসমূহ- Assamese famous Writers and Poets with their nickname- Great people of Assam
Comments
Post a Comment