মহৎ লোকৰ বাণী Assamese thoughts, quotes
মহৎ লোকৰ বাণী Assamese thoughts, quotes মহৎ বাণী ধুমুহা পাৰ হৈ যাবলৈ অপেক্ষা কৰাটো জীৱন নহয়, বৰষুণৰ মাজতো নৃত্য কৰিবলৈ শিকাটোহে জীৱন। মহৎ বাণী যদি তুমি ধনৱান হব বিচাৰা তেন্তে যিমান পোৱা সিমানে সঞ্চয় কৰাৰ কথা ভাবিবা - ফ্ৰংকলিন মহৎ বাণী মহৎ বাণী মহৎ বাণী মহৎ বাণী মহৎ লোকৰ বাণী সত্যত থকাতকৈ সত্যৰ অন্বেষণ অধিক মূল্যৱান = আইনষ্টাইন মহৎ বাণী মহৎ লোকৰ বাণী কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে= এইচ. মেনন মহৎ বাণী মহৎ লোকৰ বাণী স্বপ্ন বা দূৰদৃষ্টি নাথাকিলে মানুহৰ পতন আনিবাৰ্য= এ পি জে আব্দুল কালাম মহৎ বাণী মহৎ লোকৰ বাণী জীৱনতো কঠিন শ্ৰমযুক্ত এক কষ্টকৰ অন্তৱতী যাত্ৰা= এ পি জে আব্দুল কালাম মহৎ বাণী মহৎ লোকৰ বাণী সূৰ্যৰ ৰশ্মিলৈহে সদায় চকু দিবা , তেহে আন্ধাৰলৈ চকু নাযাব= হেলেন কেলাৰ