১৫০টা মহৎ লোকৰ বাণী||মহৎ লোক আৰু বাণী||জানিবলগীয়া কথা
১৫০টা মহৎ লোকৰ বাণী-
![]() |
মহৎ লোকৰ বাণী-
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় ।
= মহাত্মা গান্ধী।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে ।
= এ. পি. জে. আব্দুল কালাম।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই ।
= উইলিয়াম জেমছ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে ।
= সত্যনাথ বৰা।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉উপদেশতকৈ আৰ্হি ভাল ।
= হজৰত মহম্মদ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীয়াই থাকিব নোৱাৰে ।
= এলবাৰ্ট হাৱাৰ্ড ।
মহাত্মা গান্ধীৰ মহৎ বাণী - Click here
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉এটা মাত্ৰ ফুলে বসন্তক আগমন ঘটাব নোৱাৰে ।
= আফগানী প্ৰবচন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে ।
= ফ্ৰিজেডৰিখ নীতসে ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉পাপেৰে কিছু লোকৰ উন্নতি হয় । আন বহুতৰ ভাল কামেৰেও পনত ঘটে ।
= শ্বেক্সপীয়েৰ ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীৱাই থকা , এয়ে মোৰ প্ৰাৰ্থনা ।
= জনাথন ছুইফট ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা ।
= এইচ . জি . ৰন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ'ল ভাল জীৱন ।
= বাট্ৰাণ্ড ৰাছেল ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হৈ কলা হিচাপে ।
= উইল ডুৰাণ্ড ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉আন মানুহৰ বিষয়ে সঁচা কথা ক 'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী ।
= ফিলিপ গুৱেডেলা ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉শিক্ষাই জীৱন, জীৱনেই শিক্ষা৷
= লজ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉নিজক সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়৷
= ওমাৰ্চন।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই৷
= বেঞ্জামিন ফ্ৰেংকলিন।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা ৷
= বুদ্ধদেৱ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে।
= ডেল কাৰ্নেগী৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉 কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন = অ 'ল্ড টেষ্টামেণ্ট ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉 মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ ।
= গুৰুনানক।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉অহিংসা পৰম ধৰ্ম ।
= মহাত্মা গান্ধী।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন
= নেপোলিয়ন।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ।
=ৰাজা ৰামমোহন ৰায় ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা৷
= বেঞ্জামিন ফ্ৰেংকলিন৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷-সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ?
= এমাৰ্চন৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে ।
= থমাছ কাৰ্লাইল৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে৷
= জন মিল্টন৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ । সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে = হাক্সলী ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়৷
= মেথিউ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷
= ডি এইছ লৰেঞ্চ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই ।
= মহাত্মা গান্ধী।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল ।
= হজৰত মহম্মদ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ ।
= শংকৰদেৱ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান ।
= হোমাৰ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে ।
= মহাত্মা গান্ধী।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী ।
= ডঃ বানীকান্ত কাকতি।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা ।
= যীশুখৃীষ্ট।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য ।
= নীলমণি ফুকন।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে ।
= জৱাহৰলাল নেহৰু।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।
= ডঃ বানীকান্ত কাকতি।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় ।
= হেম বৰুৱা।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে ।
= ভল্টেয়াৰ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷
= নেপোলেয়ঁ বোনাপাৰ্ট।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে৷
= উইলিয়াম এডৱাৰ্ড৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷
= হেনৰি ডেভিদ থৰো।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉ভূল জনাতকৈ নজনাই ভাল ।
= শ্বেক্সপীয়েৰ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জীৱনত কোনো সুযোগ - সুবিধা নাপালোঁ বুলি কোনো মহৎ লোকে আপত্তি কৰাৰ উদাহৰণ নাই
= আৰ . ডব্লিউ . এমাৰছন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে ।
= আইনষ্টাইন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয় ।
= চেইন্ট জে'ৰম ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ'ল জীৱাই থকাৰ নিশ্চিত লক্ষণ ।
= এলবাৰ্ট হুবাৰ্ড ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি ।
= প্লেটো।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি ।
= হেৰাক্লিটাছ ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত । সেয়া হ'ল - হে ঈশ্বৰ , মোৰ শত্ৰুসকলক হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা ।
= ভলটেয়াৰ ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉পুতি থোৱা শস্য গজিব পাৰে , কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয় ।
= বেকেন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জীৱনটো কি বস্তু , সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব ; কিন্তু জীৱনটো ষাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ ।
= ছোৰেন কিয়েৰ্কগাৰ্ড ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ ।
= মৰ্লিয়েৰ ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে।
= বেন্জামিন ডিজৰেলি ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷
= অভিনয় শিল্পী মৰিচ চেভালিয়া৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ৷
= এমাৰছন৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মহত কাম শক্তিৰে নহয় , অধ্যৱসায়ৰে সম্পন্ন হয়।= ছেমুৱেল জনছন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷
= স্বামী বিবেকানন্দ৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে৷
= ৰবীন্দ্ৰনাথ ঠাকুৰ৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি৷
= এইছ জি ৱেইলছ৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে৷
= বেইলী।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷
= এৰিষ্ট'টল।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ।
= খলিল জিব্ৰান ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉পেটটোতকৈ নিখুঁত ঘড়ী আন একো নাই ।
= ফৰাচী প্ৰবচন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ৷
= উইলিয়াম শ্বেইক্সপীয়েৰস৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷
= ফ্ৰান্সিছ থমছন৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয়।
= টি . ৰুজভেল্ট ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই নাই ।
= নীতসে ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব ।
= কনুফুচিয়াছ ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা , ক্ষমতাক ভাল পোৱা মানে নিজক ভাল পোৱা ।
= উইলিয়াম হেজলিট ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যৌৱনত মই সময় অপব্যয় কৰিছিলো । প্ৰতিদানত এতিয়া সময়ে মোক অপব্যয় কৰিছে ।
= শ্বেক্সপীয়েৰ ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉 এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য ।
= বিছপ মেণ্ডেল ক্ৰিটন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉 সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায় , সেইকেইতা গালি পাৰিলেও ওলায় ।
= পশ্চিম আফ্ৰিকাৰ প্ৰবচন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉বেয়া কামৰ স্বীকাৰৰোক্তিয়েই হ'ল ভাল কাৈমৰ আৰম্ভণী ।
= ছেইন্ট অগষ্টাইন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉প্ৰথমে আনক সুখী কৰি নিজে সুখী হোৱাই হ'ল সুখী হোৱাৰ আটাইতকৈ সহজ উপায় ।
= ৰালফ ইন্গাৰছ'ল ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা ।
= ৰামকৃষ্ণ পৰমহংস।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চিবিৰ নিচিনা৷ ব্যৱহাৰ নকৰা চিবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা৷
= ৰিচাৰ্ড
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉সময়েই ধন৷
=বেঞ্জামিন ফ্ৰেঙ্কলিন৷
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । =বুদ্ধদেৱ
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব ।
=মহাবীৰ
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉ডিউতি - কৰ্তব্য - এইটোৱেই হ'ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ ।
= আৰ . ই . লী ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যি কণী চুৰি কৰিব পাৰে , তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ ।
= জৰ্জ হাবাৰ্ট ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যেতিয়াই খং উঠে চাৰিলৈকে গণক । বেছি খং উঠিলে শপত খাওক।
= মাৰ্ক টোৱেইন ।
মহৎ লোকৰ বাণী-
👉পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। =লক্ষ্মীনাথ বেজবৰুৱা
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে ।
=আব্ৰাহাম লিংকন।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉 মনত ৰাখিব - আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা।
= আৰৱিক প্ৰবচন ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীৱাই থকাৰ কলা হেৰুৱাই পেলায় ।
= ৱেইৰ মিটছেল ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয় ।
= কাৰ্ল ফন নোবেল ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉 অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে ।
= নিউ টেষ্টামেণ্ট ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ । =সৰ্ব্বপল্লী ৰাধাকৃষ্ণন।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল।
=চক্ৰেটিছ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉দেশতকৈ মোমাই ডাঙৰ নহয়।
=লাচিত বৰফুকন।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা।
= চক্ৰেটিচ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉মৰমেহে মৰমক জন্ম দিয়ে ।
= চফ'কলছ ।
মহৎ লোকৰ বাণী great thoughts great quotes in assamese
👉নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা ।
= স্বামী বিবেকানন্দ।
লোকৰমহৎ বাণী-
👉মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে ।
= জৱাহৰলাল নেহৰু।
👉আমি যি জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই৷
= পাৰলেচ।
👉খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা।
= স্বামী বিবেকানন্দ ৷
👉নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়।
= ৰবীন্দ্ৰনাথ ঠাকুৰ।
👉শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে ।
= হজৰত মহম্মদ।
👉শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব ।
= সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ।
👉বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ।
= ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।
👉যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ ।
= মহাত্মা গান্ধী।
👉আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা৷ =হজৰত মহম্মদ ৷
👉পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷
= পিয়েৰ টেলহাৰ্ড।
👉ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজা ।
= মেডাম দ্য চেভিন ।
মহৎ লোকৰ বাণী-
👉ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় ।
= গ্যেটে ।
👉ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি ।
= বাট্ৰাণ্ড ৰাছেল ।
👉দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত ।
= বুদ্ধদেৱ।
👉কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা ।
= সৰ্বপল্লী ৰাধাকৃষ্ণণ।
👉মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । = = মহাত্মা গান্ধী।
👉খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু।
= মহাত্মা গান্ধী ।
মহৎ লোকৰ বাণী-
👉একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় ।
= মুল্কৰাজ আনন্দ ।
👉জীৱনত দুটাই ট্ৰেজেডি-বিচৰাতো নোপোৱা আৰু পোৱাতো ।
= অস্কাৰ ৱাইল্ড ।
👉কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় ।
= কাৰ্ল ছেণ্ডবাগ ।
👉ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ ।
= এছ . জে . লেক ।
👉সুন্দৰৰ আৰাধনা জীৱনৰ খেল ।
= চন্দ্ৰ কুমাৰ আগৰৱালা।
👉চুৰ কৰা মহাপাপ ।
= বুদ্ধদেৱ।
👉নেতাৰ ভূলত দেশ ধ্বংস হয় ।
= ইন্দিৰা গান্ধী।
👉যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে ।
= ফ্ৰেংকলিন।
👉মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই ।
= মহাত্মা গান্ধী।
👉 সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা -তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা,দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷
=ডেভিদ ফ্ৰষ্ট ৷
👉ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট।
= ৰুছো।
👉জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই ।
= যীশুখৃীষ্ট।
👉শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।
= জাকিৰ হুচেইন।
👉সত্যৰ সদায় জয় ।
= মহাত্মা গান্ধী।
👉কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা ।
= বুদ্ধদেৱ।
👉এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল ।
= নেপলিয়ন।
👉হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই ।
= হজৰত মহম্মদ।
👉চৰিত্ৰ মানুহৰ আচল সম্পত্তি।
= মাইলচ।
মহৎ লোকৰ বাণী-
👉নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ ।
= ভল্টেয়াৰ।
👉সুখ কাৰো চিৰকলীয়া নহয় ।
= কমলাকান্ত ভট্টাচাৰ্য্য।
👉জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা ।
= শ্বেক্সপীয়েৰ।
👉জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় ।
= হেম বৰুৱা।
👉শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ।
= চক্ৰেটিছ।
👉আনক কোৱাতকৈ নিজে কৰাটো ভাল ।
= ব্ৰাউন্ড ৰাছেল।
👉দায়বন্ধতা হ'ল মহানতাৰ মূল্য ।
= চাৰ্লিচ ।
👉কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে ।
= হোমাৰ ।
মহৎ লোকৰ বাণী-
👉মহৎ লেখকৰ প্ৰধান লক্ষণ হ'ল ভাষাৰ সৰলতা আৰু স্পষ্টতা ।
= ফ্ৰেডেৰিক আমিয়েল ।
👉নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট ।
= আইৰিছ প্ৰবচন ।
👉টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ'ল আটাইতকৈ ডাঙৰ টেঙৰালি ।
= ফৰাচী পটন্তৰ ।
👉অপেক্ষা আৰু আশা - এই শব্দ দুটাতেই মানৱ বুদ্ধিমত্তাৰ সকোখিনি নিহিত হৈ আছে ।
= আলেকজেণ্ডাৰ ডুমা ।
👉মজলীয়া প্ৰতিভা বা বুদ্ধিবৃত্তিৰ মানুহে আটাইতকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে ।
= ক্লড বানাৰ্ড ।
👉মাতৃৰ কিঞ্চিত স্নেহ হাজাৰজন ধৰ্মগুৰুৰ শিক্ষাতকৈ বহু ঊধবৰ্ত।
= স্পেনিছ প্ৰবচন ।
👉ধৰ্মৰ মাজৰ মজ্জাখিনি উলিয়াই ল'ব লাগে ; হাড়খিনি কেলেই?
= জালানুদ্দিন ৰুমী ।
👉বুদ্ধিমান হোৱাৰ বাবে আমি বহু মূল্য ভৰিবলগীয়া হয় । জ্ঞানে যন্ত্ৰণা দিয়ে ।
= ইউৰিপিডিছ ।
মহৎ লোকৰ বাণী-
👉মহত কাৰ্য সিদ্ধিৰ বাবে অকল কাম কৰাই নহয় , স্বপ্নও দেখিব লাগিব ।
= আনাতোঁলা ফ্ৰা ।
Well done
ReplyDeleteসুন্দর
ReplyDelete