মহৎ লোকৰ মহৎ বাণী

মহৎ লোকৰ মহৎ বাণী 

মহৎ লোকৰ মহৎ বাণী ছাত্ৰ ছাত্ৰী সকলৰ বাবে মহৎ লোকৰ মহৎ বাণী ফটো Monot Lukor Mohot Bani Assamese 


 

 
মহৎ লোকৰ মহৎ বাণী ছাত্ৰ ছাত্ৰী সকলৰ বাবে মহৎ লোকৰ মহৎ বাণী ফটো Monot Lukor Mohot Bani Assamese
মহৎ লোকৰ মহৎ বাণী



এটা মাত্র ফুলে বসন্তক আগমন ঘটাব নোৱাৰে- আফগানী প্রবচন। 


মহৎ লোকৰ মহৎ বাণী ছাত্ৰ ছাত্ৰী সকলৰ বাবে মহৎ লোকৰ মহৎ বাণী ফটো Monot Lukor Mohot Bani Assamese ২
মহৎ লোকৰ মহৎ বাণী



খং যেতিয়া উঠে তেতিয়া সদায় ফলাফল লৈ মনত ৰাখিব- কুনুফুচিয়াচ। 


মহৎ লোকৰ মহৎ বাণী ছাত্ৰ ছাত্ৰী সকলৰ বাবে মহৎ লোকৰ মহৎ বাণী ফটো Monot Lukor Mohot Bani Assamese‌ ৩
মহৎ লোকৰ মহৎ বাণী



সৰল জীবনৰ পুৰস্কাৰ জীৱনটোৱেই- জৰ্জ চাণ্টায়ন। 


মহৎ লোকৰ মহৎ বাণী

ভগৱানে আমাক বাদাম দিছে কিন্তু সেয়া বাকলি গুচাই টো নিদিয়ে। 


মহৎ লোকৰ মহৎ বাণী



যি কণী চুৰি কৰিব পাৰে, তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ- জৰ্জ হাবাৰ্ট। 


মহৎ লোকৰ মহৎ বাণী



জন্মভূমিৰ স্বাধীনতা ৰক্ষাতকৈ কোনো মূল্যই ডাঙৰ বা বেছি হব নোৱাৰে- চক্রেটিচ


মহৎ লোকৰ মহৎ বাণী


কৃতজ্ঞতা হ'ল হৃদয়ৰ স্মৃতি- হাবাৰ্ট


মহৎ লোকৰ মহৎ বাণী


চিৰকালৰ ‌বাবে তুমি জীয়াই থাকিবা সেই ভাবি শিকিবা আৰু কাইলৈকে‌‌ তোমাৰ মৃত্যু ঘটিব, সেই ভাবি জীয়াই থাকিবা


মহৎ লোকৰ মহৎ বাণী


মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা- স্বামী বিবেকানন্দ


মহৎ লোকৰ মহৎ বাণী


কৰো বুলি কোনেও প্রতিভাৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি- এইছ জি ৱেইলছ


মহৎ লোকৰ মহৎ বাণী



গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু


মহৎ লোকৰ মহৎ বাণী


এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি 



মহৎ লোকৰ মহৎ বাণী



আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথোঁ অবিনাশী- চক্রেটিচ 







Comments