মহৎ লোকৰ মহৎ অমৰ উপদেশ Assamese Inspirational Quotes
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী - মহৎ লোকৰ বাণী ফটো - অসমীয়া মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী - ৰাজনীতিৰ বাণী - গীতা ভাগৱতৰ বাণী Assamese Quotes Mohot lukor Bani Assamese Inspirational Quotes
মহৎ লোকৰ বাণী
 |
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী |
প্রেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাবনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰে।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণীআনক জনাজন শিক্ষিত। নিজক জনাজন জ্ঞানী = লাও চুন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে - ভূপেন হাজৰিকা৷
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত- ফ্ৰান্সিছ থমছন৷
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ- উইলিয়াম শ্বেইক্সপীয়েৰস৷
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই- জ্যোতি প্ৰসাদ আগৰৱালা৷
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আগলৈ চোৱাতো সদায়ে বুদ্ধিমানৰ কাম। কিন্তু নিজৰ দৃষ্টিয়ে ঢুকি পোৱাতকৈ আগলৈ চোৱাতো বৰ টান = চাৰ্চিল
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এটা সময়ত প্ৰতিজন বীৰেই বিৰক্তিৰ কাৰণ হৈ পৰে - এমাৰচন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
সপোন সাৰ্থক কৰাৰ একমাত্ৰ উপায় হ'ল সোনকালে বিছনা ত্যাগ কৰি শ্ৰম কৰা = জে . এম . পি
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
প্ৰত্যকটো সমাধানৰ বিপৰীতে মই এটা সমস্যা থিয় কৰিব পাৰোঁ, কাৰণ মই এজন দাৰ্শনিক = ৰবাৰ্ট জেণ্ড
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
পাপী আৰু সাধুৰ মাজত থকা একমাত্ৰ পাৰ্থক্যটো হ'ল - প্ৰতিজন সাধুৰে এটা অতীত আছে আৰু প্ৰতিজন পাপীৰে এটা ভৱিষ্যত আছে = অস্কাৰ ৱাইল্ড
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আনৰ অজ্ঞতা জনাই হ'ল শ্ৰেষ্ঠ জ্ঞান = লাও ছে
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা - বেঞ্জামিন ফ্ৰেঙ্কলিন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
নিৰক্ষৰতা মানে জ্ঞানবিহীনতা নহয় = ৰবীন্দ্ৰনাথ ঠাকুৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মৰমে মৰম জন্ম দিয়ে = ছফোপল্ছ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ভাল সঙ্গ আৰু ভাল কথোপকথন বৰ সৰল গুণ = ৱালটন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মানুহৰ মাজত দেৱতা আছে । সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি = চক্ৰেটিছ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
পাপ আমাৰ শত্ৰু , পূণ্য ইয়াৰ বন্ধু = মহাবীৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যুও ঘটাব পাৰে = ছেইন্ট আগষ্টন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মোৰ পিতৃ - পিতামহ কোন আছিল মই নাাজানোঁ । কিন্তু তেওঁৰ নাতিৰ কি দশা হ'ব তাক ললৈহে মই চিন্তিত = আব্ৰাহাম লিংকন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যন্ত্ৰণা ভোগ নকৰাকৈ মানুহে নিজকে নতুনকৈ নিৰ্মাণ কৰিব নোৱাৰে , কাৰণ মানুহ নিজেই পাথৰ আৰু নিজেই ভাস্কৰ = এলেক্সিছ কেৰেলা
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
উপহাৰতকৈ উপহাৰ দিয়াৰ বাবে যি মানসিকতাৰ প্ৰয়োজন , সেয়াহে অধিক মূল্যৱান = কৰ্নেইল ।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে- নেপোলিয়ন বোনাপাৰ্ট
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণীনীৰৱতা হল জীবনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন = প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো৷
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণীপ্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি দিয়াটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে - উইলিয়াম এ ৱাৰ্ড
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণীজীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ - এমাৰচন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে- কবি জন মিল্টন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হবলৈ শিকা।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ঈশ্বৰক বিশ্বাস কৰাটো অসম্ভব, অবিশ্বাস কৰাটো অদ্ভুত - ভলটেয়াৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
নিজৰ কৰ্মশক্তি বৃদ্ধি কৰিবলৈকে অসম্ভৱ কামো কৰিবলৈ চেষ্টা চলোৱা উচিত = বেট ডেভিছ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
জীৱনত ভাল বেয়া দুয়োটাই আছে, বেয়াটো ত্যাগ কৰি ভালটো গ্ৰহণ কৰিলেই শিক্ষাৰ পথ সুগম হয়।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এটা বিশেষ বিন্দুৰ পৰা আৰু পুনৰ উভতাৰ কোনো কথা নাথাকে, সেইটোৱেই সেই বিন্দু যত আমি উপনীত হব লাগে।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব= ৰাজা ৰামমোহন ৰায়
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আমি চৰাইৰ দৰে উঠিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সচাঁ, কিন্তু এই পৃথিবীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই - মাৰ্টিন লুথাৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এই পাৰমাণৱিক যুগত শান্তি হ'ল জীৱাই থকাৰ এটা চৰ্তহে = এডলাই ষ্টিভেনছন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
তৰাবোৰ বহু দূৰত থাকে কাৰণেই আমি সিহঁতক সুন্দৰ আৰু নিষ্কলংক যেন দেখোঁ। কাৰণ সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি একো নাজানোঁ = হাইনৰিখ হাইনে
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি= হেৰাক্লিটাছ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
দেশ যিমানেই দুৰ্নীতিগ্ৰস্ত হ'ব , সিমানেই আইনৰ সংখযা বৃদ্ধি পায়= টেছিতাচ
 |
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী |
নিজক সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়= ওমাৰ্চন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ধৈর্যহীন ব্যক্তি কেতিয়াও প্ৰেমৰ পাত্ৰ হ’ব নোৱাৰে= ইটালীয় প্ৰবজন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যি মানুহে ধনী হ’বলৈ খৰধৰ লগায়, তেওঁ অপৰাধ নকৰাকৈ থাকিব নোৱাৰে= ওল্ড টেষ্টামেন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভূত্ব বিস্তাৰ কৰিবলৈ নিদিবা। বৰং সমস্যাকহে তোমাৰ অধিন কৰা আৰু নিঃশেষ কৰা - ড° এ পি জে আব্দুল কালাম
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা= চক্ৰেটিচ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়। অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হব নোৱাৰে - উইলিয়াম শ্বেক্সপীয়েৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যিবোৰ কথা কোৱা নাই তুমি সেইবোৰৰ গৰাকী, কোৱা কথাবোৰ তোমাৰ গৰাকী - বৌদ্ধ প্ৰবাদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
শিক্ষাই জীৱন, জীৱনেই শিক্ষা= লজ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই= বেঞ্জামিন ফ্ৰেংকলিন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই= মাৰ্টিন লুথাৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা= শ্বেক্সপীয়েৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত= পিয়েৰ টেলহাৰ্ড
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যিজনৰ এটা সৃষ্টিশীল মন নাই, তেওঁ অটব্য অৰণ্যৰ মাজত থাকিও কাঠ খৰি বিছাৰি নাপায় - ৰুছ পটন্তৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মহিলাক ভুল নুবুজিব, মহিলাই সকলোকে ক্ষমা কৰি দিয়ে । অন্যথা মানৱ জাতি কাহানিবাই নিঃশেষ হৈ গ'লহেঁতেন= ৰবাৰ্ট এ. হেইনলেন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
নিজে বন্ধুৰ শাৰীলৈ উঠিব পাৰিলেহে প্ৰকৃত বন্ধু লাভ হয়, আচল বন্ধু লাভৰ এয়াই সহজতম উপায়= আৰ . ডব্লিউ . ইমাৰ্ছন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আটাইতকৈ পোন ৰেখাডাল আঁকোতে আটাইতকৈ অধিক কষ্ট সহিবলগীয়া হয়= লিঅ'নাৰ্ড দা ভিঞ্চি
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ= ফৰাচী দাৰ্শনিক ভল্টেয়াৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
অধ্যয়ন পিপাসু মন কেতিয়াও বৃদ্ধ নহয় - গ্ৰীক প্ৰবচন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ভগৱানে স্বৰ্গৰ দুৱাৰ খুলিব পৰা ছাবি এপাত সকলোকে দিছে, অৱশ্যে এইটো অন্য কথা যে সেই একেপাত ছাবিৰে নৰকৰ দুৱাৰো খোল খায় - গ্ৰীক পটন্তৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যিবোৰ কথা কোৱা নাই তুমি সেইবোৰৰ গৰাকী, কোৱা কথাবোৰ তোমাৰ গৰাকী - বৌদ্ধ প্ৰবাদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
দায়িত্বজ্ঞানহীন নাগৰিকে কেতিয়াও এখন উৎকৃষ্ট ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰে - গ্ৰীক প্ৰবচন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এজন এলেহুৱা মানুহ আজীবন মৃত হৈ থাকে - থমাচ মিলাদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এটা সিংহৰ নেতৃত্বত থকা এশটা গাধয়ো কৰ্মক্ষেত্ৰত সিংহৰ দৰে ব্যবহাৰ কৰে, আনপিনে এটা গাধৰ নেতৃত্বত থকা এশটা সিংহও ক্রমাৎ গাধত পৰিণত হয় - গুজৰাটী পটন্তৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
সমাজৰ অধিকাংশ লোকেই তেওঁলোকৰ কর্মৰাজিৰ লগত অকণো সম্পর্ক নথকা বিষয়বোৰক লৈ অপ্ৰয়োজনীয়ভাৱে অধিক জিজ্ঞাসা প্ৰকাশ কৰে- জর্জ বার্নার্ড শ্ব
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
জ্ঞানৰ সমান পৱিত্ৰ বস্তু একো নাই- ভাগৱত গীতা
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
শিশু জন্মে, কিন্তু মানুহ গঢ়া হয়- ৰুছ পটন্তৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
সফলতা এক যাত্ৰাহে, গন্তব্য স্থান নহয়- আফ্ৰিকীয় পটন্তৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
যিজনৰ এটা সৃষ্টিশীল মন নাই, তেওঁ অটব্য অৰণ্যৰ মাজত থাকিও কাঠ খৰি বিছাৰি নাপায়- ৰুছ পটন্তৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
প্ৰতিশ্ৰুতি দিয়া সকলো মানুহ একে শাৰীৰ, কার্যতহে তেওঁলোকৰ পার্থক্য ওলাই পৰে- ম’লিয়েৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
তোমাৰ লক্ষ্য স্থান ক’ত? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব= লিটন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মোক পৰিচালনা কৰা এটা নীতি হল: ভুল একোটাকৈ আৰু কেতিয়াও সন্দেহ কৰিব নালাগে।
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ঈশ্বৰক বিশ্বাস কৰাটো অসম্ভব, অবিশ্বাস কৰাটো অদ্ভুত - ভলটেয়াৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
প্রেমবিহীন জীৱন ফুল ফল নধৰা গছৰ দৰে
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এটোপাল চীয়াহিয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
অনিশ্চয়তা পৰা মুক্তি পোৱাৰ একমাত্র উপায় হল আশাবোৰ জীয়াই ৰখা
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
কৃতজ্ঞতা হ'ল হৃদয়ৰ স্মৃতি - হাবাৰ্ট
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ইচ্ছা শক্তি প্ৰবল হলে জটিলতা কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্হায়ী প্ৰেমৰ বেদনাহে - ৰবীন্দ্ৰনাথ ঠাকুৰ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই। সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভব - এমাৰ্চন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে - বেইলী
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
উশাহ লৈ থকা মানেইটো জীয়াই থকা নহয় - মেথিউ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে = ডেল কাৰ্নেগী
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
সংসাৰিক সম্পত্তি সৰহ হ'লেই মানুহ সুখী হ'ব নোৱাৰে। মনৰ সন্তোষেই সুখৰ মূল= হজৰত মহম্মদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই - পাৰলেচ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা - বুদ্ধদেৱ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
সময়েই ধন - বেঞ্জামিন ফ্ৰেঙ্কলিন
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
খং নকৰিবা নিজৰে সৰ্বনাশ হব, অহংকাৰ নকৰিবা পতন হব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হবা, ফাঁকি নিদিবা, ফাঁকত পৰিবা - বিবেকানন্দ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নাথ'বা ,কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা= হজৰত মহম্মদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
জননীক ভালপোৱা মানে কেৱল নিজৰ প্ৰসূতিকেই ভালপোৱা নুবুজাই, সমগ্র মাতৃজাতিক ভালপোৱা বুজায় = সুভাষচন্দ্র বসু
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম = নেতাজী সুভাষ চন্দ্ৰ বসু
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ত্যাগ বুলিলে আমি এক ভূল ধাৰণা পোষণ কৰোঁ।ভাব হয়, তাৰ মাজত যেন যন্ত্ৰণা আছে। য'ত প্ৰকৃত ত্যাগ আছে,তাত কষ্ট নাই = সুভাষচন্দ্র বসু
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
জুইয়ে শুকান খৰি পুৰি ছাই কৰাৰ দৰে ঈষাই সকলো ভাল কাম নষ্ট কৰি পেলাই= হজৰত মহম্মদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে= জৱাহৰলাল নেহৰু
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা= হজৰত মহম্মদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
শিক্ষক এডাল মমবাতিৰ দৰে ,যি নিজে গলি আনক পোহৰ দিয়ে= সুভাষচন্দ্র বসু
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী
ভুল জনাতকৈ একো নজনাই ভাল= হজৰত মহম্মদ
মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী - মহৎ লোকৰ বাণী ফটো - অসমীয়া মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী - ৰাজনীতিৰ বাণী - গীতা ভাগৱতৰ বাণী Assamese Quotes Mohot lukor Bani Assamese Inspirational Quotes
Comments
Post a Comment