Posts

Showing posts from July, 2020

এটি অসমীয়া কবিতা-স্বাধীন মন প্রকাশ- Assamese poem

এটি অসমীয়া কবিতা স্বাধীন মন প্রকাশ-Assamese poem by Mayuri Gohain জীৱন অজস্র সপোনৰ গহবৰ, জীৱনে বহু আবিষ্কাৰ কৰে  এই জীৱন মায়াত আশা, সপোন,প্ৰেম,ভয়াবহতা,  বিশ্বাস, অবিশ্বাস, সংগ্রাম, ধৈর্য্য,  সুখ, শান্তি, দুখ অজস্রতা শিকে জানে পায়,  তথাপি যেন ৰৈ যায় কিবা এটা  জীৱনৰ কোনত, কি বাৰু সেইয়া? "স্বাধীন মন প্রকাশ" হয়টো, তেতিয়াই আহে বিদ্ৰোহ। কাৰনো বিদ্ৰোহ কৰিবলৈ মন নাযায়, নিজক মুক্ত কৰিবলৈ  আপোনাৰ মনত নিশ্চয়  বিদ্ৰোহীতাৰ ভাৱ জাগে, মোৰ মনত নিসন্দেহে জাগে কিবা এটাৰ ভয়ত হে যেন ৰৈ যাও হয়টো আপুনিও থমকি ৰয়  কিবা এটাৰ ভয়ত.. জীবনটোৰ গহবৰত  অনেক স্বপ্নৰ জন্ম হয়, কিন্তু পৰিস্থিতিয়ে নিদিয়ে  স্বপ্ন জাগৰনৰ পথ, তেতিয়াই জাগে বিদ্ৰোহীতাৰ ভাব, সকলো আন্ধাৰ দুৱাৰ ভাঙি নিজকে মুক্ত আকাশৰ তলত মুকলিকৈ এৰি দিবৰ মন যায়, মোৰ দৰে আপোনাৰো মন যায়  বোধহয়...  জীৱন যেন এনেকুৱাই  এক ধূলিয়ৰী পথ বহু জনৰ সপোন জাগে, বহু জনৰ সপোন ভাঙে আৰু বহু জনৰ সপোন  আপুনি নজনাকৈ গঢ়ে। মনৰ প্ৰকাশ স্বাধীনতা  কিমানে পাইছে কিম...

অসমীয়া কৌতুক_Jokes in Assamese Language_হাস্যৰস অসমীয়াত

Image
অসমীয়া কৌতুক_Jokes in Assamese Language_হাস্যৰস অসমীয়াত                 অসমীয়া কৌতুক অসমীয়া কৌতুক Assamese Jokes 😁 বদনে ঘোঁৰাৰ পিঠিত উঠি ঘূৰি ফুৰোঁতে টলৌক লগ পালে। টলৌ: ঐ বদন তোক পুলিচে ধৰিব। বদন: কিয়? টলৌ: তই হেলমেট পিন্ধা নাই বদন: আৰে বুৰ্বক! তললৈ চা, four wheeler ***** 😁 বেংক কৰ্মীৰ পত্নী: হে'ৰা শুনিছানে, মোৰ মা-দেউতা আহিছে। বেংক কৰ্মী (পতি): তেঁও লোকক লাইনত আহিবলৈ কোৱা। ***** 😁 ঠিকাদাৰ দেউতাকক পুতেকক প্রশ্ন: দেউতা, মোক এটা অংক কৰি দিব লাগে দেউতাক: কি অংক? পুতেক: এজন বনুৱাৰ দিনে ৩০ টকা হাজিৰা দিলে ১০ জন বনুৱাৰ চাৰি দিনত কিমান টকা দিব লাগিব? দেউতাক: এইটো অংক নহয় বুৰঞ্জীহে, এতিয়া ২০০ টকাৰ তলত কাম নকৰে। ***** 😁 অতুলে শ্ৰেণীকোঠাত ছোৱালী এজনীক I LOVE YOU ক'লে। ছোৱালী: মই এতিয়াই গৈ ছাৰক কৈ দিম অতুল: ছাৰক নকবা পাগলী, একো লাভ নাই, ছাৰে বিয়া কেতিয়াবাই কৰালে। ***** 😁 খুৰা: কি কৰি আছা আজিকালি? দেবেন: Facebook, Instagram, WhatsApp খুৰা: মোৰ কোৱাৰ অৰ্থ যে জীয়াই থাকিবৰ কাৰণে কি কৰা? দেবেন: উশাহ ল...

Ward's Lake of Shillong,Meghalaya_Beautiful scenery of Shillong, Meghalaya

Ward's Lake of Shillong,Meghalaya_Beautiful scenery of Shillong, Meghalaya_a place of tourist attraction_travelblog  Ward's lake of Shillong Ward's Lake of Shillong,Meghalaya. Beautiful Ward's lake of Shillong that is popular amongst the tourist attraction, this Ward's lake was completed in 1894 by Colonel Hopkins. The Ward's lake situated in the middle of the city of Shillong, Meghalaya. The lake is surrounded by beautiful flower beds, stones, lush garden. There is a wooden bridge in the middle of the Ward's lake. People can boating in the lake, that is one another beautiful activities that can be done there. 

মানুহৰ জীৱন মানুহৰ মন জীৱনৰ সফলতা জীৱনৰ অৰ্থ জীৱনৰ অপৰিসীম মনৰ ভাব

Image
মানুহৰ জীৱন মানুহৰ  মন জীৱনৰ সফলতা জীৱনৰ অৰ্থ জীৱনৰ অপৰিসীম মনৰ ভাব_Assamese জীৱন- ঠিক এখিলা পাতৰ দৰেই জীৱন- ঠিক এখিলা পাতৰ দৰেই 🖊ময়ুৰী গোহাঁই মানুহৰ জীৱনটো চাবলৈ গলে খুউব জটিল আৰু এটা দিশৰপৰা চাবলৈ গলে খুউব সহজ। কিয় ভাব হয় বাৰু এনেকুৱা? এনেকুৱা ধৰণৰ প্ৰশ্ন মানৱীয় জীৱনত প্ৰায়ে উত্থাপিত হয়। প্ৰায়ে দেখা যায় মানুহৰ সেই কথোপকথন নিজৰ জীৱনটোক লৈ। কাৰণ জীৱনটো এবাৰেই। সেই জীৱনটিক সুন্দৰকৈ গঢ়াই তুলিবলৈ প্ৰত্যেক জন ব্যক্তিয়েই চেষ্টা কৰে। নকৰেনে? নিশ্চয় কৰে। জীৱনটিক গঢ়িবলৈ, জীৱনটিক সুন্দৰভাৱে আগুৱাই নিবলৈ হলে জীৱনটোত ত ঘাত প্ৰতিঘাত আহিবই, সেই বুলিয়েই জানো জীবনটিক অন্তিম ৰূপ দিয়া টো জানো উচিত??? এশ শতাংশই অনুচিত। জীৱনটিত যি পাইছে তাকেই লৈ সন্তুষ্টি লাভ কৰক। তাৰ মানে এইয়া নহয় যে আৰু আপুনি একোয়েই নকৰিব। নিশ্চয় কৰিব। মানুহে সফলতা অর্জন কৰিবলৈ কি নকৰে বা কি নকৰা দেখিছে??? মাথোঁ এটা কথাত ধ্যান দিব যে নিজৰ সপোন বাস্তবিকতাত ৰূপ দিবলৈ বা নিজৰ সফলতা অর্জন কৰিবলৈ যাওঁতে কাৰো যেন অপকাৰ নহয়। তেতিয়াহে আপোনাৰ প্ৰকৃত সফলতা হব। গাফিলতি কৰি, আনক অন্যায় কৰি, আনৰ মনত আঘা...

ৰূপ-যাৰ নাম অসমীয়া কবিতা-Assamese poem by Mayuri Gohain

Image
ৰূপ-যাৰ নাম অসমীয়া কবিতা_Assamese poem by Mayuri Gohain কবিতা ৰূপ-যাৰ নাম 🖊ময়ুৰী গোহাঁই ৰূপৰো এক পোহৰ আছে সেই পোহৰক অনুধাবন কৰি আগুৱাই যোৱা তোমাৰ গন্তব্যৰ দিশে,  সিচি দিয়া ভৱিষ্যতত তোমাৰ সোণালী আশাৰ সোণালী বীজ ঢালি দিয়া তোমাৰ অজস্র সপোন বোৰক বাস্তবিকতাৰ দলিচাখনিত,  মোহাৰি দিয়া তোমাৰ মৌনতাৰ কোলাহলত ডুব যোৱা অতীত।  ধৰি ৰাখা তোমাৰ সোণালী যৌৱনক আমন্ত্রণ কৰা তোমাৰ প্ৰণয়ৰ ভৱিষ্যতাক,  য'ত আছে ৰঙীন আশাৰ বাস্তৱি ৰূপ আছে সোণোৱালী সপোনৰ মিঠা ৰেঙণী।  আগুৱাই যোৱা মাথোঁ আগুৱাই যোৱা এপলকো নৰবা মায়াৰ মাতত এৰি নিদিবা সুন্দৰ জীবনটো মায়াৰ জালত সপোন ৰচি যোৱা আৰু সপোনৰ বননিত মন উপচাই দিয়া সফলতাৰ কামনাৰে মাথোঁ হিয়া উজাৰি।। 

তাইজনী- তাইৰ সপোন আৰু কল্পনাৰ সাগৰখন_Khuj_Assamese Poem

Image
তাইজনী- তাইৰ সপোন আৰু কল্পনাৰ সাগৰখন_ Assamese Poem by Mayuri Goahin অসমীয়া কবিতা অসমীয়া কবিতা- Assamese Poem by Mayuri Gohain তাইজনী- তাইৰ সপোন আৰু কল্পনাৰ সাগৰখন তাইও জনা নাছিল সেই সংঘাতময় জীবনৰ বাটচোৱাৰ কথা কিন্তু নিয়তিয়ে টানি লৈ গ'ল সেই নজনাৰ দিশে তেতিয়া তাই বহু প্ৰতাৰণাৰ বলি হৈছিল আৰু পৰিস্থিতিৰ মাজত থাকি  আৰু নিজকে চম্ভালি লবলৈয়ো শিকিছিল।  নজনাকৈ নভবাকৈ ক'ত পৰিস্থিতি এনেকৈয়ে ভুমুকিয়াই যায় বহু লোকৰ জীৱনত থান বান কৰি যায় জীৱনৰ মমতাক,  কাণত যেন এক অবুজ কোলাহলে ৰিঙিয়াই যায় আৰু এক ভয়াবহতাৰ উমালহে মাথোঁ  জীৱনৰ দলিচাখনত সিচি দি যায়।  কল্পনাৰ মায়াত বুৰ যাবলৈ তাই বেয়া নাপায় এতিয়া মাথোঁ কল্পনাই সপোন বোৰ  কাঢ়ি নিয়ে বুলিহে তাইৰ ভয় এক বিশাল ভয়ালতা কেৱল ৰুণুক জুনুক কৰি  মাদল বজাদি বাজে  তাইৰ হৃদী দুৱাৰ দলিত।।  🖊 ময়ুৰী গোহাঁই

ৰান্ধনিৰ ইটো সিটো_পাকঘৰৰ টিপচ্_দৈনন্দিন জীবনৰ প্রয়োজনীয় বোৰ_পাকঘৰৰ প্রয়োজনীয় বোৰ_খাদ্য সুস্বাদু কৰাৰ উপায়

ৰান্ধনিৰ ইটো সিটো_পাকঘৰৰ টিপচ্_দৈনন্দিন জীবনৰ প্রয়োজনীয় বোৰ_পাকঘৰৰ প্রয়োজনীয় বোৰ_খাদ্য সুস্বাদু কৰাৰ উপায়- আমাৰ দৈনন্দিন জীবনত বহুত বস্তুৰ প্রয়োজন হয়, বহুত কাম কৰিব লগা হয়, বিশেষ কৈ পাকঘৰৰ ইটো সিটো প্রয়োজন হয়েই আৰু কেতিয়াবা বহু কথা নজনাৰ বাবে খাদ্য বে সুৱাদ হৈ পৰে, সেয়ে আপোনাসৱৰ সহায়ৰ বাবে তলত কিছু মান টিপচ্ দিয়া হৈছে- পাকঘৰৰ টিপচ্ Kitchen tips in Assamese = শুকান জলকীয়া তেলত ভাজিলে ঘৰৰ সকলোৱে গম পায় আৰু কাহ আহে, তেনে নহবলৈ জলকীয়া ভাজোতে সামান্য নিমখ দি লব।  পাকঘৰৰ টিপচ্ Kitchen tips in Assamese = সৰিয়হ বাটোতে নিমখ অলপ দি ললে তিতিকি ভাবটো আতৰে। পাকঘৰৰ টিপচ্ Kitchen tips in Assamese = চীজ কটাৰ সময়ত কটাৰীখন পানীত তিয়াই ললে সহজে চীজখিনি কাটিব পাৰি পাকঘৰৰ টিপচ্ Kitchen tips in Assamese = নাৰিকল এফাল ব্যবহাৰ কৰি আনফাল থাকি গলে নিমখ পানীত তিয়াই থওক, নষ্ট নহ'ব।  পাকঘৰৰ টিপচ্ Kitchen tips in Assamese = বাদাম ভাজিবলৈ বহুত তেল লাগে, সেয়ে বাদামত তেল সানি শুকান কেৰাহীত ভাজক। পাকঘৰৰ টিপচ্ Kitchen tips in Assamese = মাছ ভজাৰ আগত...

অসমীয়া কবিতা-সুখ-কবি-আনন্দ চন্দ্ৰ আগৰৱালা-Assamese poem-Hukh-Famous poem of Ananda Chandra Agarwala

Image
                  অসমীয়া কবিতা-সুখ-কবি-আনন্দ চন্দ্ৰ আগৰৱালা-Assamese poem-Hukh-Famous poem of Ananda Chandra Agarwala অসমীয়া কবিতা   Assamese poem-Ananda Chandra Agarwala                      সুখ   সুখ সুখ বুলি            মানুহ বলিয়া         নেদেখে সুখৰ মুখ ; সুখ বিচাৰোঁতে          পায় সংসাৰত         দুখৰ উপৰি দুখ ৷ দেখিও নেদেখা          কিয় দিন-কণা         সুখযে হাততে আছে ; যিটে’ দিব পাৰে          স্বাৰ্থ-বলিদান,         সুখ ফুৰে পাছে পাছে ৷ অকল নিজৰ          নিমিত্তে নহয়         আমাৰ জীৱন ভাই, পৰৰ কাৰণে          খাটিব পাৰিলে         সংসাৰ সুখৰ ঠাই ৷ পৰৰ অভাৱ,      ...