অসমীয়া কবিতা।। আবেগিক কবিতা।। আই তোমাৰ চৰণত

অসমীয়া কবিতা।। আবেগিক কবিতা।। আই তোমাৰ চৰণত
Assamese poem by Mayuri Gohain


অসমীয়া কবিতা assamese poem, sad poem,mayuri gohain love poem
কবিতা


অসমীয়া কবিতা assamese poem

‘আই’ তােমাৰ চৰণত 

অসমীয়া কবিতা assamese poem

জন্মদাতা আই তুমি মােৰ 

অসমীয়া কবিতা assamese poem

তােমাৰ চৰণত জনম লভি 

অসমীয়া কবিতা assamese poem

হিয়াৰ সপােন পূর্ণ কৰাৰ পথত 

অসমীয়া কবিতা assamese poem

মই সদায় অগ্ৰসৰ হওঁ। 

অসমীয়া কবিতা assamese poem

আই তুমি মােক সদায় 

অসমীয়া কবিতা assamese poem

প্রেৰণা দিয়া 

অসমীয়া কবিতা assamese poem

সপােনবােৰক দিঠকৰ 

অসমীয়া কবিতা assamese poem

চানেকী দিবলৈ। 

অসমীয়া কবিতা assamese poem

তােমাৰ প্ৰেৰণাতে অনুপ্রাণিত হৈ 

অসমীয়া কবিতা assamese poem

তােমাৰ সকলাে আশাক

অসমীয়া কবিতা assamese poem

পূর্ণ পথ দিব খুজো

অসমীয়া কবিতা assamese poem

আই তুমি মােক সদায় দিয়া 

অসমীয়া কবিতা assamese poem

যেন উৎসাহ, প্ৰেৰণা, সহানুভূতিবােৰ, 

অসমীয়া কবিতা assamese poem

সদায় যেন জাগি থাকা 

অসমীয়া কবিতা assamese poem

মােৰ হৃদয়ৰ প্রতি কোণৰ 

অসমীয়া কবিতা assamese poem

স্তৰে স্তৰে.. 

অসমীয়া কবিতা assamese poem

অকলশৰীয়া মনটোক যেন 

অসমীয়া কবিতা assamese poem

সদায় তুমিয়ে জাগ্রত কৰা। 

অসমীয়া কবিতা assamese poem

মাথোঁ তােমাৰ বাবে আই 

অসমীয়া কবিতা assamese poem

সপােনবােৰক দিঠকৰ 

অসমীয়া কবিতা assamese poem

ৰূপ দিব খুজো, 

অসমীয়া কবিতা assamese poem

আপােনজনক সুখ দিয়াৰ 

অসমীয়া কবিতা assamese poem

এক মিঠা সােৱাদ আছে। 

অসমীয়া কবিতা assamese poem

সেই অনুভূতি তােমাকো 

অসমীয়া কবিতা assamese poem

দিব খুজো আই..... 

অসমীয়া কবিতা assamese poem

তােমাৰ শিৰ উচ্চ কৰি 

অসমীয়া কবিতা assamese poem

নাম উজ্বলাব খুজে।। 

অসমীয়া কবিতা assamese poem

      ~ময়ুৰী গোঁহাই 

Comments

  1. সুন্দৰ, ভাল লাগিল পঢ়ি...

    ReplyDelete

Post a Comment