Posts

Showing posts from October, 2020

১৫০টা মহৎ লোকৰ বাণী||মহৎ লোক আৰু বাণী||জানিবলগীয়া কথা

Image
১৫০টা মহৎ লোকৰ বাণী- মহৎ লোকৰ বাণী- মহৎ লোকৰ বাণী great thoughts great quotes in assamese 👉ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় ।  = মহাত্মা গান্ধী।  মহৎ লোকৰ বাণী great thoughts great quotes in assamese 👉প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে । = এ. পি. জে. আব্দুল কালাম।  মহৎ লোকৰ বাণী great thoughts great quotes in assamese 👉সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই ।  = উইলিয়াম জেমছ।  মহৎ লোকৰ বাণী great thoughts great quotes in assamese 👉চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে ।  = সত্যনাথ বৰা।  মহৎ লোকৰ বাণী great thoughts great quotes in assamese 👉উপদেশতকৈ আৰ্হি ভাল ।  = হজৰত মহম্মদ।  মহৎ লোকৰ বাণী great thoughts great quotes in assamese 👉এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীয়াই থাকিব নোৱাৰে । = এলবাৰ্ট হাৱাৰ্ড । মহাত্মা গান্ধীৰ মহৎ বাণী - Click here মহৎ লোকৰ বাণী great thoughts great quotes in assamese 👉এটা মাত্ৰ ফুলে বসন্তক আগ...

অটছ কুকিজ ৰেচিপি- Oats cookies Recipe

অটছ কুকিজ ৰেচিপি- Oats cookies Recipe উপকৰণ : ময়দা – ১ কাপ অটছ – ৩/৪ কাপ শুকানকৈ অলপ ভাজি ল’ব চেনি - ১/২ কাপ মিক্সিত গুড়ি কৰি ল'ব কণী - ১ টা মাখন – ৩/৪ কাপ গলাই ল’ব ভেনিলা এচেনছ - ১ চাহ চামুচ বেকিং পাউডাৰ - ১/২ চাহ চামুচ কর্ণফ্লেকছ – ১ কাপ হাতেৰে গুড়ি কৰি ল'ব নিমখ সােৱাদ অনুসৰি আৰু বেকিং চদা সামান্য। প্রস্তুত প্রণালী :   অভেন প্রি-হিট কৰি লব ১৮০ ডিগ্রি চেলছিয়াছত। এটা ডাঙৰ বাটিত চেনি, মাখন ভালদৰে ফেটি ল’ব। এতিয়া তাত কণীটো দি খুব ভালকৈ মিলাব। তাৰ পাছত ভেনিলা এচেনছ দিব।  অন্য এটা বাটিত ময়দা, অটছ, নিমখ, বেকিং চ’দা, বেকিং পাউডাৰ মিহলাই ল’ব। এতিয়া এই মিশ্রণ কণী আৰু মাখনৰ মিশ্রণখিনিত মিহলাই আটাৰ দৰে মথি লওক। ইয়াৰ পৰা এতিয়া সৰু সৰু অংশ লৈ লওক। কর্ণফ্লেকছখিনি এখন প্লেটত লৈ ল’ব আৰু সৰু অংশবােৰ তাৰ ওপৰত লেটিয়াই হাতেৰে অলপ চেপেটা কৰি কুকিজৰ আকাৰ দি যাব আৰু আন এখন প্লেটত ৰাখি যাব। আনহাতে, এখন বেকিং ট্ৰেত অলপ তেল/মাখন সানি ল’ব। এতিয়া তৈয়াৰ কৰি থােৱা কুকিজবােৰ বেকিং ট্রেত সজাই অ’ভেনত বেক কৰক ১৮০ ডিগ্রি চেলছিয়াত ২৫-৩০ মিনিটলে অথবা যেতিয়ালৈকে কুকিজবােৰ ব্ৰাউন ৰঙৰ আৰু টান নহয...