বিভিন্ন ক্ষেত্রত অসমৰ প্ৰথম ৰুপে#Assam first in various sector#General knowledge
বিভিন্ন ক্ষেত্রত অসমৰ প্ৰথম ৰুপে-
- অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি?
দৈনিক বাতৰি (১৯৩৫)
- অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি?
আসাম ট্ৰিবিউন (১৯৪৬)
- অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?
জয়মতী (১৯৩৫)
- অসমৰ প্ৰথম অসমীয়া ৰঙীন ছবি খনৰ নাম কি?
ভাইটি (১৯৭২)
- অসমৰ প্ৰথম ছোৱালী হাইস্কুল খনৰ নাম কি?
ডিব্ৰুগড় ছোৱালী হাইস্কুল(১৮৮৫)
Comments
Post a Comment