অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসহ তেওঁ লোকৰ নাম#famous writer and poet's titles

অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসহ তেওঁ লোকৰ নামসমূহ- Assamese famous Writers and Poets with their nickname- Great people of Assam অসমীয়া কবি আৰু সাহিত্যকৰ উপাধি অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসহ তেওঁ লোকৰ নামসমূহ তলত দিয়া হ'ল- অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম ভাঙনি কেঁৱৰ = আনন্দ চন্দ্ৰ আগৰৱালা অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম পাপৰিৰ কবি = গণেশ গগৈ প্রতিমাৰ খনিকৰ = চন্দ্ৰকুমাৰ আগৰৱালা লােকনায়ক = অমিয় কুমাৰ দাস অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম লােকপ্রিয় = গােপীনাথ বৰদলৈ লােক বন্ধু = ডা° ভুবনেশ্বৰ বৰুৱা শেৱালি কবি = ৰত্নকান্ত বৰকাকতি অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম নিজৰাৰ কবি = শৈলধৰ ৰাজখােৱা জ্ঞানমালিনীৰ কবি = মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম প্রাচ্য পণ্ডিত = কৃষ্ণকান্ত সন্দিকৈ বনকোঁৱৰ = আনন্দিৰাম দাস নটসূর্য = ফণী শৰ্মা সংগীত সূর্য = ড° ভূপেন হাজৰিকা অসমীয়া কবিসকলৰ নাম অসমীয়া সাহিত্যকৰ ছন্দ নাম সিংহপুৰুষ = ৰাধাগােবিন্দ বৰুৱা অগ্নিকবি = কমলাকান্ত ভট্...