Posts

Showing posts from April, 2020

অসমীয়া গল্প||জীৱন এক গাথা||Golpo|| Jibon Ek Gatha|| Short Story

Image
অসমীয়া গল্প||জীৱন এক গাথা||Golpo|| Jibon Ek Gatha|| Short moral Story by Mayuri Gohain চুটিগল্প অসমীয়া গল্প Short Sad Story by Mayuri Gohain 🖊 ময়ুৰী গোহাঁই জীবন  এক গাথা : অসমীয়া গল্প Short Sad Story by Mayuri Gohain প্ৰতিটো ক্ষণ পুৱাৰেপৰা আৰম্ভ কৰি নিশালৈকে জাগ্ৰিত হৈ সমগ্ৰ দিনটো ব্যস্ততাৰ মাজত পাৰ কৰা ব্যত্তিসকল আৰু নিৰৱতাৰ কোলাহলৰ মাজত বহি থকা মানুহৰ মাজত বহুত ভিন্ন্তা দেখা যায়। কেতিয়াবা সেই নিৰৱতায়েও কৰ্ম জীৱনৰ ব্যস্ততাক বুজাব পাৰি কিয়নো নিৰৱতা আৰু মৌনতাই কোনো ব্যত্তিক জীৱনৰ বোজা  ৰূপে টানি নিনিয়ে। বাধ্যত পৰি বা কোনো দুৰাৰোগ্য কাৰণত এনে স্বৰূপ দেখা পাব পাৰে, সেয়ে নিৰৱতাক কেতিয়াও দুৰ্বল ভবা উচিত নহয়। মই ক’ব খুজো অন্তৰা নামৰ ছোৱালীজনীৰ বিষয়ে যিয়ে ভাল পায় নিৰতাৰ মাজত মৌনতাৰে থাকি, এনে মৌন ভাৱে থকা ছোৱালীজনীক মানুহে শাৰীৰিকভাৱে বিকাৰগস্ত বুলি ভাৱে কিন্ত কিয় নকয় যে তাই বিকাৰগস্ত নহয় বুলি।  অসমীয়া গল্প Short Sad Story by Mayuri Gohain এনে মৌনতাৰ বাবে বহুতে বহু কথাই বেয়াকৈ তাইৰ কাণত গুণগুনাই থৈ যায়। তাই একো নকয়। থিক কথাবোৰ বুজাপৰা হৈছে তেনে ক্ষণতে তাই নিজৰ পিতৃ ম...