Posts

Showing posts from September, 2019

হাহিঁ জীৱনৰ মূলমন্ত্ৰ। অসমীয়া ব্লগ

Image
হাহিঁ জীৱনৰ মূলমন্ত্ৰ all about life হাহিঁ জীৱনৰ মূলমন্ত্ৰ হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status হাহিঁ যেন জীৱনৰ মূলমন্ত্ৰ। হাঁহি যে জীৱনৰ বাবে অতি প্রয়ােজনীয় সেই কথা অনুধাৱন কৰিয়ে বিশ্বৰ বিভিন্ন ঠাইত হাঁহিবৰ বাবে লাফিং ক্লাব গঢ় লৈ উঠিছে। যিকোনাে বয়সৰ মানুহে ইয়াত যােগদান কৰি ব্যায়াম নতুবা যােগৰ যােগেদি হহাঁৰ অনুশীলন কৰিব পাৰে। কেলিফোর্নিয়াৰ ছান্তা বৰবাৰৰ নামে ঠাইত ডাঃ এনেট গুডহাট নামৰ ব্যক্তিগৰাকীয়ে ১৯৭৫ চনত প্রথম লাফিং ক্লাৰ আৰম্ভ কৰে বুলি জনা যায়। হাহিঁ জীৱনৰ মূলমন্ত্ৰ Assamese Vlog Hahi Assamese Status হাঁহি সম্পর্কে এটি আমােদজনক কাহিনী আছে। প্রায় তিনি হাজাৰ বছৰ আগৰ কথা। চীনদেশত হটেই নামৰ এজন সাধুৱে বাস কৰিছিল। তেওঁ গাঁৱে গাঁৱে ঘূৰি প্রত্যেক গাঁৱতে এডােখৰ ঠাইত ৰৈ মুকলিভাৱে প্রাণখােলা হাঁহি মাৰিছিল। কাৰােবাৰ লগত কথা পাতিবলৈ বা অৱসৰ কটাবলৈ তেওঁৰ সময় নাছিল। তেওঁৰ হাঁহি শুনি বুজন সংখ্যক মানুহ সমবেত হৈছিল আৰু তেওঁলােকো হাঁহিৰ অংশীদাৰ হৈছিল। হটেই যি ঠাইলৈকে গৈছিল জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি হােৱা পৰিলক্ষিত হৈছিল। সেই সময়ত চিকিৎসা বিজ্ঞান উন্নত নাছিল। তেওঁৰ ...