Posts

মহৎ লোকৰ মহৎ বাণী

Image
মহৎ লোকৰ মহৎ বাণী  মহৎ লোকৰ মহৎ বাণী ছাত্ৰ ছাত্ৰী সকলৰ বাবে মহৎ লোকৰ মহৎ বাণী ফটো Monot Lukor Mohot Bani Assamese       মহৎ লোকৰ মহৎ বাণী এটা মাত্র ফুলে বসন্তক আগমন ঘটাব নোৱাৰে- আফগানী প্রবচন।  মহৎ লোকৰ মহৎ বাণী খং যেতিয়া উঠে তেতিয়া সদায় ফলাফল লৈ মনত ৰাখিব- কুনুফুচিয়াচ।  মহৎ লোকৰ মহৎ বাণী সৰল জীবনৰ পুৰস্কাৰ জীৱনটোৱেই- জৰ্জ চাণ্টায়ন।  মহৎ লোকৰ মহৎ বাণী ভগৱানে আমাক বাদাম দিছে কিন্তু সেয়া বাকলি গুচাই টো নিদিয়ে।  মহৎ লোকৰ মহৎ বাণী যি কণী চুৰি কৰিব পাৰে, তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ- জৰ্জ হাবাৰ্ট।  মহৎ লোকৰ মহৎ বাণী জন্মভূমিৰ স্বাধীনতা ৰক্ষাতকৈ কোনো মূল্যই ডাঙৰ বা বেছি হব নোৱাৰে- চক্রেটিচ মহৎ লোকৰ মহৎ বাণী কৃতজ্ঞতা হ'ল হৃদয়ৰ স্মৃতি- হাবাৰ্ট মহৎ লোকৰ মহৎ বাণী চিৰকালৰ ‌বাবে তুমি জীয়াই থাকিবা সেই ভাবি শিকিবা আৰু কাইলৈকে‌‌ তোমাৰ মৃত্যু ঘটিব, সেই ভাবি জীয়াই থাকিবা মহৎ লোকৰ মহৎ বাণী মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা- স্বামী বিবেকানন্দ মহৎ লোকৰ মহৎ বাণী কৰো বুলি কোনেও প্রতিভাৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে ...

জীৱনৰ ডাঙৰ উপহাৰ এইয়া Assamese Poem

জীৱনৰ ডাঙৰ উপহাৰ এইয়া.. আজিৰ শুভ দিনত ভবাই নাছিলো যে সম্পর্কটো ইমান থুনুকা আছিল কাঁচৰ দৰে, আকঁ এটা লাগোতেই ভাঙি গ'ল এবাৰো সুধি নাচালাই মোলৈ মোৰ মনৰ কথা, তোমাৰ কাষৰপৰা মই সচাঁই যাব বিচাৰিছো নে নাই বিচৰা, এটা কথা কি জানানে? পৰিয়ালৰ মাজত মোক কোনো দিন তুমি সাঙুৰি লোৱাই নাছিলা, সেয়ে ইমান সহজে অৱহেলিত কৰিব পাৰিলা মোক... ইচ্ছা বোৰৰ দহন কৰিব পাৰিলা তুমি,  তুমি ভাবিবও পাৰা যে তোমাৰ অবিহনে মই একো কৰিব নোৱাৰো বুলি.. মোক দুৰ্বল ভাবা তুমি মই সেয়াও জানো..  কিন্তু সময়ৰ লগত মই বিলিন হৈ যাম বিলিন হৈ যাব তোমাৰ মোৰ স্মৃতি বোৰ এসময়ত বছৰ বছৰ ধৰি গঢ়া সপোনবোৰত মাঁমৰ লাগিব...  সময়ৰ সোঁতত মই সাহসী হ'ম, মই নিৰ্ভয়ী হ'ম বিপুল সম্ভাৰ গঢ়িম... তোমাৰ মোৰ প্ৰতি থকা ধাৰণাক ভুল বুলি প্ৰমাণিত কৰিম যাৰ বাবে তুমি মোৰ পৰা আজি দূৰত মোৰ মূখৰ হাঁহি কেতিয়াও বিলিন নহয়, কাহানিও নহয়... মই আজি যিদৰে কাইলৈয়ো ঠিক একেদৰেই মই থাকিম...একো সলনি নহয় মোৰ বয়সৰ চাপৰ বাহিৰে আৰু তুমি যে জোৰ কৰি সলনি হবা সেয়াও মই জানো... নিজক লুকুৱাবা সেয়াও মই জানো ভবা নাছিলো অভিমানবোৰে গোটেই সম্পর্কটোকে গিলি থব বুলি... অভিমানে ম...

মহৎ লোকৰ মহৎ অমৰ উপদেশ Assamese Inspirational Quotes

Image
মহৎ লোকৰ মহৎ অমৰ উপদেশ Assamese Inspirational Quotes  মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী - মহৎ লোকৰ বাণী ফটো - অসমীয়া মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী - ৰাজনীতিৰ বাণী - গীতা ভাগৱতৰ বাণী Assamese Quotes Mohot lukor Bani Assamese Inspirational Quotes   মহৎ লোকৰ বাণী মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী প্রেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাবনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰে।                 মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী আনক জনাজন শিক্ষিত। নিজক জনাজন জ্ঞানী = লাও চুন            মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে - ভূপেন হাজৰিকা৷             মহৎ লোকৰ মহৎ অমৰ উপদেশ বাণী তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰ...